অসমঅসম আৰক্ষীগুৱাহাটীদুৰ্ঘটনাদৈনিক বাতৰি

মহানগৰীত পুনৰ হিট এণ্ড ৰানৰ ঘটনা…

সাংবাদিক ভাস্কৰ চুতীয়াৰ দূৰ্ঘটনাৰ ঘটনা মাৰ নৌযাওতেই মহানগৰীৰ মাজমজিয়াত পুনৰ এক অনুৰূপ ঘটনা

মহানগৰীত পুনৰ হিট এণ্ড ৰানৰ ঘটনা । সাংবাদিক ভাস্কৰ চুতীয়াৰ দূৰ্ঘটনাৰ ঘটনা মাৰ নৌযাওতেই মহানগৰীৰ মাজমজিয়াত পুনৰ  এক অনুৰূপ ঘটনা ।

মহানগৰীত সচিবালয়ৰ সন্মুখত এখন বগা ৰঙৰ বাহনে পিছফালৰ পৰা মহটিয়াই থৈ গ’ল দুচকীয়া বাহন চলাই অহা এজন যমেট’ ডেলিভাৰী যুৱকক ।

ঘটনাস্থলীত দিছপুৰ যান-বাহন আৰক্ষী উপস্থিত হৈ আঘাতপ্ৰাপ্ত  যুৱকজনক প্ৰেৰণ কৰে চিকিৎসালয়লৈ । শেহতীয়া তথ্য অনুসৰি শৰীৰৰ ভিন্ন অংশত আঘাতপ্ৰাপ্ত হৈছে যুৱকজন। পৰিচয়বিহীন যুৱকজন বৰ্তমানেও চিকিৎসালয়ত চিকিৎসাধীন।

আনহাতে, ঘটনা সংঘটিত কৰিয়েই ঘটনাস্থলীৰ পৰা পলায়ন চাৰিচকীয়া বাহনৰ গৰাকী।

Pratham Khabar News

প্ৰথম খবৰ 24/7 হৈছে অসমীয়া ছেটেলাইট নিউজ চেনেল 'নিউজ টাইম অসম'ৰ ৱেব চাইট। যি আপোনাক স্থানীয় আৰু লগতে দেশ-বিদেশৰ শেহতীয়া খবৰ দি থাকে।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

16 − 6 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.