অপৰাধঅসমআঞ্চলিকগুৱাহাটী

মহানগৰীৰ CITY CENTERত GMCৰ অভিযান

অবৈধভাৱে চলাই থকা পাৰ্কিং প্লেচ তাৎক্ষণিকভাৱে বন্ধৰ নিৰ্দেশ

  • অবৈধ পাৰ্কিং গঢ়ি বিপদত মহানগৰীৰ CITY CENTER
  • অবৈধ পাৰ্কিঙৰ বিৰুদ্ধে চিটী চেণ্টাৰত GMCৰ অভিযান
  • অবৈধভাৱে চলাই থকা পাৰ্কিং প্লেচ তাৎক্ষণিকভাৱে বন্ধৰ নিৰ্দেশ
  • অনুমতি নোলোৱাকৈ পাৰ্কিং প্লেচ চলোৱাৰ বাবে ১০ লাখ টকাৰ জৰিমনা
  • জৰিমনাৰ ধন দিবলৈ অপাৰগতা প্ৰকাশ মূল কৰ্তৃপক্ষৰ
  • পাৰ্কিঙৰ নামত প্ৰতিখন বাহনৰ পৰা সংগ্ৰহ কৰিছিল ১০০-১৫০ টকা
  • অবৈধ পাৰ্কিঙৰ পৰা দিনে ২০-৩০ হাজাৰ সংগ্ৰহ কৰি অহাৰ অভিযোগ

Pratham Khabar News

প্ৰথম খবৰ 24/7 হৈছে অসমীয়া ছেটেলাইট নিউজ চেনেল 'নিউজ টাইম অসম'ৰ ৱেব চাইট। যি আপোনাক স্থানীয় আৰু লগতে দেশ-বিদেশৰ শেহতীয়া খবৰ দি থাকে।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

one × 5 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.