অসমআঞ্চলিকগুৱাহাটীসংস্কৃতিসাহিত্য

দুঃখবৰ! অসমৰ ইলেক্ট্ৰনিক মিডিয়াৰ অন্যতম বাটকটীয়া প্ৰতাপ বৰদলৈৰ দেহাৱসান

অসমৰ টেলিভিছন ইতিহাসৰ প্ৰথমজন নিউজ ৰীডাৰ বৰদলৈ

  • প্ৰবীণ সাংবাদিক, সম্পাদক প্ৰতাপ বৰদলৈৰ দেহাৱসান
  • শুকুৰবাৰে নিজ বাসগৃহত শেষনিশ্বাস ত্যাগ কৰে বৰদলৈয়ে
  • ৭২ বছৰ বয়সত মৃত্যু প্ৰবীণ সাংবাদিকজনৰ
  • কেইবাটাও সংবাদ গোষ্ঠীৰ সম্পাদক আছিল বৰদলৈ
  • অসমৰ টেলিভিছন ইতিহাসৰ প্ৰথমজন নিউজ ৰীডাৰ বৰদলৈ
  • গুৱাহাটী দূৰদৰ্শন কেন্দ্ৰৰ অৱসৰপ্ৰাপ্ত উপ-সঞ্চালক আছিল বৰদলৈ
  • আকাশবাণী গুৱাহাটী কেন্দ্ৰৰো বাতৰি ঘোষক আছিল বৰদলৈ

 

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

1 + 15 =

Back to top button