অসমঅসম আৰক্ষীদৈনিক বাতৰিৰাষ্ট্ৰীয় সুৰক্ষা

প্ৰতিখন জিলাৰ আৰক্ষী অধীক্ষকৰে মিলিত হ’ব মুখ্যমন্ত্ৰী, ল’ব কেইবাটাও গুৰুত্বপুৰ্ণ সিদ্ধান্ত..

নতুন বছৰটোত ৰাজ্যত অপৰাধজনিত ঘটনা ৰোধ কৰাৰ লক্ষ্যৰে আজি মুখ্যমন্ত্ৰীৰ গুৰুত্বপূৰ্ণ বৈঠক। আজি প্ৰতিখন জিলাৰ আৰক্ষী অধীক্ষকৰে মিলিত হ’ব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা।

আজি প্ৰতিখন জিলাৰ আৰক্ষী অধীক্ষকৰে মিলিত হ’ব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। নতুন বছৰটোত ৰাজ্যত অপৰাধজনিত ঘটনা ৰোধ কৰাৰ লক্ষ্যৰে মুখ্যমন্ত্ৰীৰ গুৰুত্বপূৰ্ণ বৈঠক। আজি প্ৰতিখন জিলাৰ আৰক্ষী অধীক্ষকৰে মিলিত হ’ব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা।আজিৰে পৰা দুদিনীয়াকৈ দুলীয়াজানত অনুষ্ঠিত হ’ব SP CONFERENCE। এই সন্মিলনত অংশ ল’ব প্ৰতিখন জিলাৰ আৰক্ষী অধীক্ষকসকল।

ইয়াৰ পূৰ্বেও কলাক্ষেত্ৰত বৈঠকত মিলিত হৈছিল মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা। ৰাজ্যৰ OC সকলৰ সৈতে কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰিছিল মুখ্যমন্ত্ৰীগৰাকীয়ে।

ইতিমধ্যে প্ৰতিখন জিলাৰ আৰক্ষী অধীক্ষক দুলীয়াজানত উপস্থিত হৈছে গৈ। আজিৰ বৈঠকত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণৰ সম্ভাৱনা আছে।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

3 × 5 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.