বিশ্বমনোৰঞ্জন

ইচ্ছা-মৃত্যু এতিয়া সম্ভৱ! বিচাৰিলেই লাভ কৰিব পাৰিব যন্ত্ৰণা বিহীন মৃত্যু..

fdfhhছুইজাৰলেণ্ড চৰকাৰে চুইছাইড মেচিন (Suicide Machine) নামৰ এটা মেছিন ব্যৱহাৰত আইনী বৈধতা প্ৰদান কৰিছে।

ইচ্ছা-মৃত্যু এতিয়া সম্ভৱ। বিচাৰিলেই লাভ কৰিব পাৰিব যন্ত্ৰণা বিহিন মৃত্যু।

ছুইজাৰলেণ্ড চৰকাৰে চুইছাইড মেচিন (Suicide Machine) নামৰ এটা মেছিন ব্যৱহাৰত আইনী বৈধতা প্ৰদান কৰিছে।
এই মেচিনৰ দ্ধাৰা ১ মিনিটতে কোনো লোকে কোনো যন্ত্ৰণা অবহিনে প্ৰাণ ত্যাগ কৰিব পাৰিব। এই কথা দাবি কৰিছে চুইছাইড মেচিন তৈয়াৰ কৰা একজিট ইণ্টাৰনেচনেল নামৰ কোম্পানীৰ সঞ্চালক ড০ ফিলিপ নিটস্কেই।

এই মেছিনটোৰ জৰিয়তে ইচ্ছা মৃত্যু লোৱাৰ বাবে বৈধতা প্ৰদান কৰা হৈছে ছুইজাৰলেণ্ডত। কোৱা হৈছে যে এই মেচিনটো সেইসকল লোকৰ বাবে নিৰ্মাণ কৰা হৈছে যিসকলে বেমাৰৰ বাবে চলা–ফুৰা কৰিব নোৱাৰে আৰু ইচ্ছা মৃত্যু বিছাৰে।
উল্লেখ্য যে, এই মেচিনটোৰ বাবে ড০ নিটস্কেই সমালোচনাৰো সন্মুখীন হ’বলগীয়া হৈছে। একাংশই বিশ্বাস কৰে, এই মেচিনটোৱে মানুহক আত্মহত্যাৰ বাবে উচটনি দিব।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

twenty − 2 =

Back to top button