AssamCity newsCMO Assamঅসমগুৱাহাটীদৈনিক বাতৰিভাৰতৰাজনৈতিকশিক্ষা

ৰাজ্যৰ প্ৰায় ১৯ হাজাৰ ৫০০ অপ্ৰাদেশিকৃত শিক্ষকৰ অনিৰ্দিষ্টকালীন অনশন কাৰ্যসূচী….

ৰাজ্যৰ প্ৰায় ১৯ হাজাৰ ৫০০ অপ্ৰাদেশিকৃত শিক্ষকৰ অনিৰ্দিষ্টকালীন অনশন কাৰ্যসূচী।

এই অনশনে আজি ভৰি দিলে ২০টা দিনত।

আজি পুনৰ অনশনত যোগ দিব ২ সহস্ৰাধিক শিক্ষকে।

১২ বজাৰ পূৰ্বে কোনো সিদ্ধান্ত নল’লে মুখ্যমন্ত্ৰীক বিছাৰি দিছপুলৈ অহাৰ হুংকাৰ শিক্ষকসকলৰ।

বৰ্তমানেও গুৱাহাটীৰ চচলৰ প্ৰতিবাদস্থলীত অনশনত বহি আছে শিক্ষকসকল।

২০১৭-১৮ চনৰ শিক্ষানুষ্ঠানৰ পদ প্ৰাদেশিকৃত আইন সংশোধন, অপ্ৰাদেশিকৃত শিক্ষক কৰ্মচাৰীৰ পদ শীঘ্ৰে নিয়মীয়াকৰণ কৰাৰ দাবীৰ লগতে অপ্ৰাদেশীকৰণ আইন পুৰ্ণাংগ সংশোধন, নৱম-দশম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীক চাইকেল প্ৰদান‌ কৰা, বন্ধ কৰা মধ্যাহ্ণ ভোজন‌ পুণৰ প্ৰৱৰ্তন কৰাৰ দাবীত এই অনশন।

 

 

 

 

 

 

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

eight − 3 =

Back to top button