আন্তঃৰাষ্ট্ৰীয়জীৱনশৈলীবিশ্বভাৰতমনোৰঞ্জন

টকিঅ’ অলিম্পিকৰ পৰা বিদায় মাগিলে ভাৰতৰ পদক প্ৰত্যাশী বক্সাৰ অমিত পোংগালে

৪-১ ব্যাৱধানত পৰাস্ত অমিত পোংগাল

টকিঅ’ অলিম্পিকৰ পৰা বিদায় মাগিলে ভাৰতৰ পদক প্ৰত্যাশী বিশ্বৰ শীৰ্ষস্থানীয় বক্সাৰ অমিত পোংগালে।

৫২ কেজিৰ ফ্লাইৱেট শাখাৰ ৰাউণ্ড অফ-১৬-ৰ এখন খেলত ২০১৬ চনৰ ৰিঅ’ অলিম্পিকৰ ৰূপৰ পদক বিজয়ী কলম্বিয়ান বক্সাৰ য়ুবেৰজেন মাৰ্টিনেজৰ হাতত ৪-১ ব্যাৱধানত ধাৰাশায়ী হয় ভাৰতৰ বক্সাৰ অমিত পোংগাল।

 

 

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

three × two =

Back to top button