অৰ্থনৈতিকঅসমজীৱনশৈলী

গাঁথিৰ ধন ভাঙি তিনি লাখ টকাৰে একাংশ যুৱকে পুতিলে এখন বিদ্যালয়ৰ খেলপথাৰ

প্ৰসংসনীয় পদক্ষেপে!

পাঠশালাৰ একাংশ যুৱকৰ প্ৰসংসনীয় পদক্ষেপে। নিৰাশাৰ মাজতো আশাৰ বতৰা কঢ়িয়াইছে যুৱকসকলে। নিজৰ গাঁথিৰ ধন ভাঙি এখন বিদ্যালয়ৰ বাবে খেলৰ উপযোগী খেলপথাৰ তৈয়াৰ কৰিলে।

তিনি লাখ টকাৰে পুতিলে পাঠশালাৰ মাজমজিয়াত থকা পাঠশালা মজলীয়া বিদ্যালয়ৰ খেলপথাৰ।

এতিয়া বিদ্যালয়ৰ গাতে লাগি থকা শিক্ষা বিভাগৰ কাৰ্যালয়ৰ সন্মুখৰ পুখুৰীটোও পোটাৰ পৰিকল্পনা এই সকল যুৱকৰ।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

15 + one =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.