আন্তঃৰাষ্ট্ৰীয়খেলজীৱনশৈলীভাৰতমনোৰঞ্জন

পুনৰ টকিঅ’ অলিম্পিকৰ পৰা ভাৰতলৈ আহিছে সুখবৰ

সুখবৰ কঢ়িয়াই আনিছে ডিস্ক থ্ৰো খেলুৱৈ কমলপ্ৰীতে

টকিঅ’ অলিম্পিকৰ পৰা ভাৰতলৈ পুনৰ আহিছে সুখবৰ। এইবাৰ টকিঅ’ৰ পৰা সুখবৰ কঢ়িয়াই আনিছে ডিস্ক থ্ৰো খেলুৱৈ কমলপ্ৰীতে। আচৰিত প্ৰদৰ্শনেৰে দ্বিতীয় স্থানেৰে চূড়ান্ত পৰ্যায়ত ফাইনেলত স্থান লাভ খেলুৱৈ গৰাকীৰ। ভাৰতবাসীয়ে এতিয়া আন এটা পদকৰ আশা কৰিছে কমলপ্ৰীতৰ পৰা।

এই ডিস্ক থ্ৰো খেলত আমেৰিকাৰ খেলুৱৈয়ে ৬৬.৪২ মিটাৰ দূৰত্বলৈকে দলিয়াই প্ৰথম স্থান দখলেৰে চূড়ান্ত পৰ্যায়ত প্ৰৱেশ কৰাৰ বিপৰীতে ভাৰতৰ কমলপ্ৰীতে ৬৪.০০ মিটাৰ দূৰত্বলৈকে ডিস্ক দলিয়াই দ্বিতীয় স্থানেৰে চূড়ান্ত পৰ্যায়ত প্ৰৱেশ কৰিছে।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

18 + 8 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.