অসম

গুৱাহাটীত ভয়ংকৰ দুৰ্ঘটনা

ৰেলৰ ক্ৰছিংত ৰেলৰ খুন্দাত থিতাতে নিহত হয় এজন লোক

গুৱাহাটীৰ বোন্দা-চপাইদং সংযোগী ৰেল ক্ৰছিংত সংঘটিত হয় ভয়ংকৰ ঘটনা। ৰেলৰ ক্ৰছিংত ৰেলৰ খুন্দাত থিতাতে নিহত হয় এজন লোক। আন এজনৰ অৱস্থা তেনেই সংকটজনক।

নিহত ব্যক্তিজন নাৰায়ণ কোচ আৰু আহত ব্যক্তিজন অঞ্জন কোচ বুলি জানিব পৰা গৈছে

নাৰেংগীৰ পৰা চপাইদংলৈ এখন পালচাৰ বাইকেৰে দুই ভাতৃয়ে গৈ থকা অৱস্থাত ৰেল পথটো পাৰ হব খুজোঁতেই উজনিমুৱা আৰু নামণিমুৱা দুখন ৰেল ক্ৰছিং হোৱা সময়তে সংঘটিত হয় এই হৃদয় বিদাৰক ঘটনাটো।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

five × one =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.