Socialআন্তঃৰাষ্ট্ৰীয়খেলবিশ্বভাৰতমনোৰঞ্জন

ভাৰতৰ নামত অলিম্পিকত সৃষ্টি হৈছে এক নতুন অভিলেখ

মহিলা হকীত হেটট্ৰিকেৰে ৰচনা হ’ল অভিলেখ

অলিম্পিকৰ পৰা ভাৰতৰ অন্য এক ভাল খবৰ। ভাৰতৰ নামত অলিম্পিকত সৃষ্টি হৈছে এক নতুন অভিলেখ।

মহিলা হকীত হেটট্ৰিকেৰে ৰচনা হ’ল অভিলেখ। অলিম্পিকত মহিলা হকী দলে দেখুৱালে চমকপ্ৰদ প্ৰদৰ্শন।

দঃ আফ্ৰিকাক ৪-০ ব্যৱধানত হৰুৱাই ভাৰতৰ বন্দনা কটাৰীয়াৰ নামত অলিম্পিকত গঢ়ি উঠিল অভিলেখ।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

fifteen + three =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.