AssamCMO AssamHimanta Biswa Sarmaleatest updateRegional

ঘোষণা হ’ল হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল; কোনে কোনে পালে শীৰ্ষ ৩টা স্থান?

পৰীক্ষাৰ ফলাফলত শীৰ্ষৰ ৩ স্থান দখল কৰিলে ৫ শিক্ষাৰ্থীয়ে।

ঘোষণা হ’ল হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল। পৰীক্ষাৰ ফলাফলত শীৰ্ষৰ ৩ স্থান দখল কৰিলে ৫ শিক্ষাৰ্থীয়ে।

প্ৰথম স্থান পাবলৈ সক্ষম হ’ল যোৰহাটৰ অনুৰাগ দলৈয়ে। প্ৰজ্ঞা একাডেমী ছিনিয়ৰ ছেকেণ্ডাৰী স্কুলৰ ছাত্ৰ অনুৰাগ। সৰ্বমুঠ ৫৯৩ নম্বৰেৰে প্ৰথম স্থানত অনুৰাগ দলৈ।

ঘোষণা হ'ল হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল; কোনে কোনে পালে শীৰ্ষ ৩টা স্থান?

দ্বিতীয় স্থান দখল কৰিলে বিশ্বনাথৰ ঝৰ্ণা শইকীয়াই। সৰ্বমুঠ ৫৯০ নম্বৰেৰে দ্বিতীয় স্থানত শংকৰদেৱ বিদ্যা নিকেতনৰ ছাত্ৰী ঝৰ্ণা শইকীয়া।

ঘোষণা হ'ল হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল; কোনে কোনে পালে শীৰ্ষ ৩টা স্থান?

 

তৃতীয় স্থানত মাজুলীৰ মানস প্ৰতীম শইকীয়া। মাজুলী আইলেণ্ড একাডেমীৰ ছাত্ৰ মানস প্ৰতীম। সৰ্বমুঠ ৫৮৮ নম্বৰেৰে তৃতীয় স্থানত মানস।

ঘোষণা হ'ল হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল; কোনে কোনে পালে শীৰ্ষ ৩টা স্থান?

সৰ্বমুঠ ৫৮৮ নম্বৰেৰে তৃতীয় স্থান পাবলৈ সক্ষম হ’ল বৰপেটাৰ বেদান্ত চৌধুৰীও। সৰুপেটা ষ্টেল্লামেৰী স্কুলৰ ছাত্ৰ বেদান্ত।

ঘোষণা হ'ল হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল; কোনে কোনে পালে শীৰ্ষ ৩টা স্থান?

ৰামানুজন জুনিয়ৰ কলেজৰ ছাত্ৰী দেৱাশ্ৰী কাশ্যপেও সৰ্বমুঠ ৫৮৮ নম্বৰেৰে লাভ কৰিলে তৃতীয় স্থান।

ঘোষণা হ'ল হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল; কোনে কোনে পালে শীৰ্ষ ৩টা স্থান?

 

 

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

thirteen + 9 =

Back to top button