AssamCity newsCMO Assamnationalpoliticalঅসমগুৱাহাটীদৈনিক বাতৰিনাগালেণ্ডভাৰতৰাজনৈতিক

ৰাহুল গান্ধীৰ ‘ভাৰত জোড়ো ন্যায় যাত্ৰা’, নাগালেণ্ডৰ মোকক চাঙত আদৰণি ৰাহুল গান্ধীক…..

ৰাহুল গান্ধীৰ ‘ভাৰত জোড়ো ন্যায় যাত্ৰা’

নাগালেণ্ডত প্ৰৱেশ কৰিছে এই ন্যায় যাত্ৰাই

নাগালেণ্ডৰ মোকক চাঙত আদৰণি ৰাহুল গান্ধীক

ৰাহুল গান্ধীক লগ পাবলৈ নগা যুৱক-যুৱতীৰ ভিৰ

জনসভাক সম্বোধন ৰাহুল গান্ধীৰ

প্ৰধানমন্ত্ৰীক পোনপটীয়া আক্ৰমণ কংগ্ৰেছ নেতাজনৰ

‘নাগালেণ্ডক দিয়া প্ৰতিশ্ৰুতি পূৰণ নকৰিলে প্ৰধানমন্ত্ৰীয়ে’

‘৯ বছৰ পুৰণি প্ৰতিশ্ৰুতি পূৰণ কৰা নাই প্ৰধানমন্ত্ৰীয়ে’

উল্লেখনীয় যে মণিপুৰৰ পৰা আৰম্ভ হোৱা ৰাহুল গান্ধীৰ ‘ভাৰত জোড়ো ন্যায় যাত্ৰা’ বুধবাৰে নাগালেণ্ডৰ পিছত বৃহস্পতিবাৰে অসমত প্ৰৱেশ কৰিব। ৰাহুল গান্ধীক আদৰিবলৈ ইতিমধ্যে সাজু হৈছে অসম প্ৰদেশ কংগ্ৰছে কমিটিৰ নেতা–কৰ্মীসকলে।

 

 

 

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

5 × 5 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.