Covid-19অসম

ক’ভিডে পানীত হাঁহ নচৰা অৱস্থা কৰিছে ই- ৰিক্সাৰ চালকসকলৰ

ক’ভিড মহামাৰী প্ৰতিৰোধৰ বাবে চৰকাৰে ঘোষণা কৰা আন্তঃ জিলা যাতায়ত বন্ধৰ ফলত সমস্যাত পৰিছে ইলেক্ট্ৰনিক ৰিক্সাৰ চালক সকল। বঙাইগাঁও জিলাৰ নাম্বাৰপাৰাৰ ইলেক্ট্ৰনিক ৰিক্সাৰ চালক সকলে গোটেই দিনটো ভাড়া নপোৱাত সমস্যাৰ সন্মুখীন হৈছে।

ৰাতিপুৱাৰ পৰা প্ৰায় কুৰিখন ৰিক্সা নাম্বাৰপাৰা বজাৰত ৰৈ আছে যদিও কোনো যাত্ৰী নাই। চালকসকলে পৰিয়াল পোহপাল দিয়াৰ ক্ষেত্ৰত সমস্যাত পৰিছে। চৰকাৰক সহায়ৰ আহ্বান জনাইছে চালক সকলে।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

10 + 2 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.