Covid-19অসম

কৰ’না আতংকৰ সময়ত ছাত্র-ছাত্ৰীৰ মাজত সজাগতা সৃষ্টি

লখিমপুৰ শিক্ষা খণ্ডৰ প্ৰশংসনীয় পদক্ষেপ। ছাত্ৰ ছাত্ৰীৰ ঘৰে ঘৰে মাক্স,  প্ৰশ্ন কাকত বিতৰণৰ লগতে কৰ’না ভাইৰাছৰ ওপৰত সজাগতা বৃদ্ধি অভিযান।

গ্ৰীষ্মকালীন বন্ধৰ দিনকেইটাত, কৰ’না ভাইৰাছৰ আতংকৰ সময়ত ছাত্র -ছাত্ৰী সকলৰ শৈক্ষিক উত্তৰণৰ প্ৰতি লক্ষ্য ৰাখি  লখিমপুৰ খণ্ডশিক্ষা বিষয়া সৌৰভ বৰফুকনে খণ্ডৰ বিভিন্ন বিদ্যালয় সমূহৰ কিছু ছাত্ৰ-ছাত্ৰীৰ মাজত ঘৰে ঘৰে গৈ মাৰ্ক্স বিতৰণ কৰাৰ লগতে গৃহকাৰ্যৰ বাবে প্ৰশ্নকাকত প্ৰদান কৰাৰ উপৰিও ক’ভিড মহামাৰী সম্পৰ্কে সজাগতা সৃষ্টি কৰাৰ প্ৰয়াস কৰি আহিছে ।

আজি লখিমপুৰ জিলাৰ যোৰহটীয়া গোহাঁই গাওঁ প্ৰাৰ্থমিক বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীৰ ঘৰে ঘৰে গৈ মাক্স বিতৰণ কৰাৰ লগতে প্ৰশ্নকাকত প্ৰদান কাৰাৰ উপৰিও ক’ভিডৰ সম্পৰ্কে সজাগতা সৃষ্টি কৰে।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

12 + two =

Back to top button