দুৰ্ঘটনাদৈনিক বাতৰিভাৰত

উদ্ধাৰ হ’ল দুৰ্ঘটনাগ্ৰস্ত হেলিকপ্টাৰৰ ব্লেক বক্স, দুৰ্ঘটনা সন্দৰ্ভত পোৱা যাব নতুন তথ্য!

MI 17 V5 হেলিকপ্টাৰখন দুৰ্ঘটনাগ্ৰস্ত হোৱাৰ পিছতে দুৰ্ঘটনাস্থলীৰ ৩০০ মিটাৰজোৰা অঞ্চলত ব্লেক বক্সৰ সন্ধান চলোৱা হৈছিল। তদন্তকাৰী দলে উদ্ধাৰ কৰা ব্লেক বক্সটো ইতিমধ্যে তদন্তৰ বাবে লৈ গৈছে।

উদ্ধাৰ হ’ল CDS বিপিন ৰাৱাটৰ দুৰ্ঘটনাগ্ৰস্ত হেলিকপ্টাৰৰ ব্লেক বক্স।

MI 17 V5 হেলিকপ্টাৰখন দুৰ্ঘটনাগ্ৰস্ত হোৱাৰ পিছতে দুৰ্ঘটনাস্থলীৰ ৩০০ মিটাৰজোৰা অঞ্চলত ব্লেক বক্সৰ সন্ধান চলোৱা হৈছিল। তদন্তকাৰী দলে উদ্ধাৰ কৰা ব্লেক বক্সটো ইতিমধ্যে তদন্তৰ বাবে লৈ গৈছে।

দুৰ্ঘটনা সন্দৰ্ভত বায়ুসেনাই দিয়া নিৰ্দেশৰ ভিত্তিত ইতিমধ্যে তদন্ত আৰম্ভ কৰা হৈছে আৰু দুৰ্ঘটনা সন্দৰ্ভত অধিক তথ্য লাভ কৰাৰ সম্ভাবনা কৰা হৈছে।

উল্লেখ্য যে জেনেৰেল ৰাৱাটসহ এটা ১৪ জনীয়া দলক লৈ কম্বাটোৰৰ চুলুৰৰ পৰা ৱেলিংটনলৈ উৰা মৰাৰ কিছু সময় পিছতে নীলগিৰি জিলাৰ কুন্নুৰত দুৰ্ঘটনাত পতিত হৈছিল হেলিকপ্টাৰখন। দুৰ্ঘটনাত জেনেৰেল ৰাৱাট আৰু তেওঁৰ পত্নীসহ ১৩জনৰ মৃত্যু হৈছিল।

এই দুৰ্ঘটনাত কথমপি প্ৰাণৰক্ষা পৰা বায়ুসেনাৰ গ্ৰুপ কেপ্টেইন বৰুণ সিঙক সম্প্ৰতি ৱেলিংটনৰ সামৰিক হাস্পাতালত ৰখা হৈছে। হৈ আছে বৰুণ সিং।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

3 + 11 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.