SocialSocial Networkজীৱনশৈলীদৈনিক বাতৰিফেশ্বনবলিউডবিশ্ববোলছবিভাৰতভ্ৰমণমনোৰঞ্জন

ব্ৰিটেইনৰ ৰাজপথত কি কৰিছে ছাৰা আলী খানে? ছাৰাৰ প্লেটৰ সুস্বাদু খাদ্য দেখি মুখৰ পানী পৰিব আপোনাৰ…

ব্ৰিটেইনৰ ৰাজপথত জীৱনটোক সম্পূৰ্ণৰূপে উপভোগ কৰিছে ছাৰাই ..

সদায় আনন্দ উল্লাসত থকা ছাৰা আলী খানে য’তেই নাযাওক কিয় জীৱনটোক সম্পূৰ্ণৰূপে উপভোগ কৰাক সুযোগ নেহেৰুৱাব।

ছাৰা আলী খানে তেওঁৰ ইনষ্টাগ্ৰাম একাউণ্টত শেহতীয়াকৈ লণ্ডনৰ ৰাজপথত ঘুৰি ফুৰা কেইবাখনো ফ’টো স্বেয়াৰ কৰিছে।

পোষ্টৰ কেপচনত লিখিছে, “Enough of the monochromatic ♠️It’s time for some Sara, Neon and Dramatic 🌈#alwaysextra.”

তেওঁ চলচ্চিত্ৰত ব্যস্ত থকাৰ মাজতে ঘূৰি ফুৰিবলৈ সময় উলিয়ায় দিছে। এতিয়া অভিনেত্ৰীগৰাকীক ইউকেত জীৱনটোক উপভোগ কৰা দেখা পোৱা গৈছে।

 

ছাৰাই UKৰ ৰাজপথত খোজ কাঢ়ি তাৰ থকা সুন্দৰ দৃশ্যবোৰ উপভোগ কৰিছে। আৰু প্ৰতিটো মুহুৰ্ত উপভোগ কৰিছে সামাজিক মাধ্যমত।

ফ’টোবোৰত ছাৰাক নিয়ন পোছাকত কেমেৰাৰ বাবে পোজ দিয়া দেখিবলৈ পোৱা গৈছে।

ছাৰাক লগতে UKৰ এখন ৰেষ্টুৰেণ্টত সুস্বাদু ব্যঞ্জন উপভোগ কৰাও দেখা গৈছে।

উল্লেখ্য যে, অভিনেত্ৰীগৰাকীক শেষবাৰৰ বাবে ‘অত্ৰংগী ৰে’ত দেখা গৈছিল, য’ত ধনুষ আৰু অক্ষয় কুমাৰেও মুখ্য চৰিত্ৰত অভিনয় কৰিছিল

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

sixteen + 6 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.