Social Network

আৰু ১৫ দিনৰ বাবে নিশ্চিন্ত ছচিয়েল নেটৱৰ্ক ব্যৱহাৰকাৰীসকল

আৰু ১৫ দিনৰ বাবে নিশ্চিন্ত ছচিয়েল নেটৱৰ্ক ব্যৱহাৰকাৰীসকল।

নতুন নিৰ্দেশনাত সন্মতি দিয়াৰ সময়সীমা ১৫ দিনৰ বাবে বৃদ্ধি। তথ্য প্ৰযুক্তি মন্ত্ৰ্যালয়ে বৃদ্ধি কৰিলে এই সময়সীমা।

চকৰকাৰে দিয়া নতুন নিৰ্দেশনাক বাক স্বাধীনতাৰ ওপৰত হস্তক্ষেপ কৰা হ’ব বুলি আখ্যা টুইটাৰৰ।

আন্তঃৰাষ্ট্ৰীয় মঞ্চত উত্থাপন কৰা হ’ল দিল্লী কাৰ্যালয়ত আৰক্ষী অভিযানৰ প্ৰসংগ। টুইটাৰৰ কাৰ্যক গৰিহণা দিয়ে চৰকাৰে।

টুইটাৰকে ধৰি সকলো কোম্পানীৰে কৰ্মচাৰীৰ নিৰাপত্তা নিশ্চিত কৰাৰ আশ্বাস কেন্দ্ৰৰ

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

20 − 13 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.