AssamCMO Assamleatest updatenationalSocial

NHPCৰ বৃহৎ নদীবান্ধক লৈ আলফা (স্বাঃ)ৰ প্ৰস্তাৱ।

ৰাইজে আলফা (স্বাঃ)ৰ হস্তক্ষেপ বিচাৰিলে সহায় কৰাৰ আশ্বাস।

NHPCৰ বৃহৎ নদীবান্ধক লৈ আলফা (স্বাঃ)ৰ দুটা প্ৰস্তাৱ
ৰাইজে আলফা (স্বাঃ)ৰ হস্তক্ষেপ বিচাৰিলে সহায় কৰাৰ আশ্বাস
নদীবান্ধবিৰোধী সংগঠনে লিখিতভাৱে অৰ্পণ কৰিব লাগিব দায়িত্ব


আলফা (স্বাঃ)ৰ সৈতে কোনো সংগঠন সহযোগী হ’ব নোৱাৰিব
আলফা (স্বাঃ)ৰ কামত কোনো সংগঠন অথবা ব্যক্তিয়ে কৰিব নোৱাৰিব হস্তক্ষেপ
আলফা (স্বাঃ)ই নিৰ্ধাৰণ কৰা সময়ত ধেমাজি, লখিমপুৰত কোনো প্ৰতিবাদ হ’ব নোৱাৰিব


যদি ৰাইজে বৃহৎ নদীবান্ধ বিচাৰে
বিদেশৰ বিশেষজ্ঞৰ দ্বাৰা সুৰক্ষা নিশ্চিত কৰিব লাগিব
এশ শতাংশ বিদ্যুৎ অসমৰ ৰাইজে লাভ কৰিব লাগিব


থলুৱাৰ নিযুক্তি সুনিশ্চিত কৰিব লাগিব NHPC কৰ্তৃপক্ষই
বান্ধটোত দুৰ্ঘটনা হ’লে দায়িত্ব NHPC আৰু চৰকাৰে ল’ব লাগিব
ক্ষতিগ্ৰস্তৰ ক্ষতিপূৰণ আৰু পুনৰ সংস্থাপন দিয়াৰ প্ৰতিশ্ৰুতিৰে হ’ব লাগিব ত্ৰিপাক্ষিক চুক্তি

 

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

fifteen + 20 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.