অসমঅসম আৰক্ষীজীৱনশৈলীদৈনিক বাতৰি

আৰক্ষীৰ পোছাকত লাভলিনা

জনতা ভৱনত আয়োজিত এক কাৰ্যসূচীত DSP পদত নিযুক্তি দিয়া হ'ল লাভলিনা বৰগোহাঁইক

আৰক্ষীৰ পোছাকত লাভলিনা।

অসম আৰক্ষীৰ DSP পদত যোগদান কৰিলে অলিম্পিক পদক জয়ী অসমৰ প্ৰথমগৰাকী খেলুৱৈ লাভলিনা বৰগোহাঁই।
আজি জনতা ভৱনত আয়োজিত এক কাৰ্যসূচীত DSP পদত নিযুক্তি দিয়া হ’ল লাভলিনা বৰগোহাঁইক। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু আৰক্ষী সঞ্চালক প্ৰধান ভাস্কৰ জ্যোতি মহন্তৰ উপস্থিতিত লাভলিনাক প্ৰদান কৰা হয় এই সন্মান।

উল্লেখ্য যে, টকিঅ’ অলিম্পিকত বক্সাৰ লাভলিনা বৰগোহাঁই ব্ৰঞ্জৰ পদক জয় কৰি অসমৰ ক্ৰীড়া ইতিহাসত ৰচনা কৰিছিল নতুন অধ্যায়ৰ।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

one × two =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.