আন্তঃৰাষ্ট্ৰীয়আমেৰিকাজীৱনশৈলীমনোৰঞ্জন

Queen of dark! ক’লা বৰণৰ এগৰাকী সুন্দৰ মডেল

নিজৰ শৰীৰৰ ক’লা বৰণেৰে সৃষ্টি কৰিছে বিশ্বত অভিলেষ

মডেল বুলিলে সকলোৰে মনলৈ সুন্দৰ বৰণ আৰু সৌন্দর্যৰে ভৰা ব্যক্তিৰ কথা মনলৈ আহে। কিন্তু আজি কম এনে এগৰাকী মডেলৰ কথা, যিয়ে নিজৰ শৰীৰৰ ক’লা বৰণেৰে বিশ্বত অভিলেষ সৃষ্টি কৰিবলে সক্ষম হৈছে।

আমেৰিকাৰ দক্ষিণ সোডান্সৰ এগৰাকী মডেলৰ শৰীৰৰ ৰং ইমান গাঢ় ক’লা যে, তেওঁ নিজৰ গাৰ ক’লা বৰণৰ বাবে বিশ্ব ৰেকর্ড কৰিবলৈও সক্ষম হৈছে৷ মডেল গৰাকীৰ নাম ন্যাকীম গেটৱেটছ (Nyakem Getwech)। ক’লা ছালৰ বাবে তেওঁ জনসাধাৰণৰ মাজত Queen of dark’ বুলি জনাজাত৷

মডেলিঙৰ কেৰিয়াৰৰ আৰম্ভনিতে ন্যাকীমে বহুত ঠাট্টা–মস্কৰা শুনিবলগীয়া হৈছিল। কিন্তু তেওঁ সদায় নিজৰ বৰণটোক ভগৱানৰ আশীৰ্বাদ হিচাপে গ্ৰহণ কৰি আহিছে। এতিয়া ন্যাকীমৰ ক’লা বৰণৰ সকলোৱে প্ৰশংসা কৰে।

 

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

twelve − one =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.