Socialঅসম

অসম-নাগালেণ্ড সীমান্তত পুনৰ উত্তেজনা

একাংশ নগা লোকে সীমান্তৰ দিছাপুৰ এলেকাত আৰম্ভ কৰিছে এটা চাৰ্চ নিৰ্মাণৰ কাম

কাৰ্বি আংলং জিলাৰ অসম-নাগালেণ্ড সীমান্তত পুনৰ উত্তেজনা৷ আজি পুৱাৰে পৰা একাংশ নগা লোকে সীমান্তৰ দিছাপুৰ এলেকাত এটা চাৰ্চ নিৰ্মাণৰ কাম আৰম্ভ কৰে৷

অকল সেইয়াই নহয়, লগতে মাইকযোগে ঘোষণা কৰে যে সকলোৱে মিলি তাত গাওঁ পাতি বসবাস কৰিব৷ উক্ত গাৱঁখন চৰকাৰে স্বীকৃতি দিয়া বুলিও তেওঁলোকে ঘোষণা কৰে৷ এই বেদখল সন্দৰ্ভত চৰজমিন তদন্ত কৰিবলৈ বন বিভাগ আৰু অসম আৰক্ষীৰ বেটেলিয়নৰ দল গৈছিল যদিও কোনো মতে পলাই আহিছে বুলি জানিব পৰা গৈছে৷

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

twenty + 2 =

Back to top button