City newsCMO AssamInternationalInternationalleatest updatenationalSocialSocial Networkআন্তঃৰাষ্ট্ৰীয়দৈনিক বাতৰি

কলকাতা উচ্চ ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ ৰায়দান

২৪,৬৪০ গৰাকী শিক্ষক-কৰ্মচাৰীৰ চাকৰি খাৰিজৰ নিৰ্দেশ

বিদ্যালয় নাইবা শিক্ষকসকলৰ বাবে বিভিন্ন সময়ত বিভিন্ন নিৰ্দেশনা দিয়া হয়। এইবাৰ কলকাতা উচ্চ ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ ৰায়দান । ২৪,৬৪০ গৰাকী শিক্ষক-কৰ্মচাৰীৰ চাকৰি খাৰিজৰ নিৰ্দেশ । ২০১৬ চনত নিযুক্তি দিয়া হৈছিল এইসকল শিক্ষক-কৰ্মচাৰীক । শিক্ষামন্ত্ৰী পাৰ্থ চেটাৰ্জীৰ কাৰ্যকালত হৈছিল নিযুক্তি । ৪ সপ্তাহৰ ভিতৰত ঘূৰাই দিব লাগিব ৮ বছৰৰ দৰমহা । ন্যায়াধীশ দেৱাংশু বাসাক, আই শ্বব্বৰ ৰছিদীৰ খণ্ড বিচাৰপীঠৰ এই নিৰ্দেশ । CBIক নিযুক্তি প্ৰক্ৰিয়াৰ অধিক তদন্তৰ নিৰ্দেশ ন্যায়ালয়ৰ । ৩ মাহৰ ভিতৰত দাখিল কৰিব লাগিব প্ৰতিবেদন ।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

nineteen − six =

Back to top button