জন্তুবন্যপ্ৰাণী

‘বিশ্ব প্ৰাণী দিৱস’ৰ দিনটোতে সংকল্পবদ্ধ হওঁ আহক-পশুকূলৰ সুৰক্ষা আমাৰ দায়িত্ব…

২০১৯ চনত, বিশ্ব প্ৰাণী দিৱসৰ বিষয়বস্তু আছিল "জলাশয়ৰ তলৰ জীৱন: মানুহৰ বাবে আৰু গ্ৰহৰ বাবে"। প্ৰতি বছৰে বিশ্বজুৰি জলবায়ুৰ বিকাশৰ সৈতে সংগতি ৰাখি সংশোধন কৰা হয় বিষয়বস্তুৰ

আজি বিশ্ব প্ৰাণী দিৱস। প্ৰতি বছৰে ৪ অক্টোবৰত পালন কৰা হয় প্ৰাণী দিৱস। জীৱ-জন্তুৰ সুৰক্ষাৰ বাবে সকলোৰে মাজত সজাগতা সৃষ্টিৰ উদ্দেশ্যে এই দিৱস উদযাপন কৰা হয়।

বিশ্বৰ বিভিন্ন দেশত জীৱ-জন্তুৰ প্ৰতি ভাল ব্যৱহাৰ কৰাৰ উদ্দেশ্যেই এই দিৱস পালন কৰা হয়। ১৯২৫ চনৰ ২৪ মাৰ্চত পোনপ্ৰথমবাৰৰ বাবে বাৰ্লিনত উদযাপন কৰা হৈছিল বিশ্ব পশু দিৱস। বৰ্তমান ৪ অক্টোবৰত এই দিৱস উদযাপন কৰি জীৱ-জন্তুক সুৰক্ষা দিয়াৰ ক্ষেত্ৰত বিশেষ ভূমিকা গ্ৰহণ কৰা হয়। জীৱ-জন্তুক ভাল ব্যৱহাৰ কৰিবলৈ সকলোকে শিক্ষা দিবলৈ চেষ্টা কৰা হয়।

২০২১ বৰ্ষৰ বিশ্ব পশু দিৱসৰ বিষয়বস্তু হৈছে “অৰণ্য আৰু জীৱিকা: মানুহ আৰু গ্ৰহ বজাই ৰখা।” ২০২০ চনত, প্ৰাণী দিৱসৰ বিষয়বস্তু আছিল “মানুহ আৰু কুকুৰ।”

'বিশ্ব প্ৰাণী দিৱস'ৰ দিনটোতে সংকল্পবদ্ধ হওঁ আহক-পশুকূলৰ সুৰক্ষা আমাৰ দায়িত্ব...

২০১৯ চনত, বিশ্ব প্ৰাণী দিৱসৰ বিষয়বস্তু আছিল “জলাশয়ৰ তলৰ জীৱন: মানুহৰ বাবে আৰু গ্ৰহৰ বাবে”। প্ৰতি বছৰে বিশ্বজুৰি জলবায়ুৰ বিকাশৰ সৈতে সংগতি ৰাখি সংশোধন কৰা হয় বিষয়বস্তুৰ।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

14 + 16 =

Back to top button