AssamInternationalnationalRegionalঅসমআঞ্চলিকজন্তুদৈনিক বাতৰি

ৰাজ্যত অব্যাহত বন্যহস্তী-মানুহৰ সংঘাত, গোৰেশ্বৰৰ ঢেঁকীপোটাত বন্যহস্তীৰ আক্ৰমণত আহত এজন

ৰাজ্যত অব্যাহত বন্যহস্তী-মানুহৰ সংঘাত, গোৰেশ্বৰৰ ঢেঁকীপোটাত বন্যহস্তীৰ আক্ৰমণত আহত এজন

ৰাজ্যত অব্যাহত বন্যহস্তী-মানুহৰ সংঘাত

গোৰেশ্বৰৰ ঢেঁকীপোটাত বন্যহস্তীৰ আক্ৰমণত আহত এজন

আহত লোকজন অঞ্চলটোৰ গৌতম দাস বুলি চিনাক্ত

আহত লোকজনৰ অৱস্থা সংকটজনক

উল্লেক্য যে এটা বৃহৎ হাতীৰ জাকে গোৰেশ্বৰৰ ঢেঁকীপোটাৰ বৰনদীত বাহৰ পাতি আছে। প্ৰতিনিশাই অঞ্চলটোত হাতীৰ জাকে উপদ্ৰৱ চলোৱাৰ অভিযোগ ৰাইজৰ।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

3 × 3 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.