AssamCity newsঅপৰাধঅসমঅসম আৰক্ষীদৈনিক বাতৰিভাৰতৰাজনৈতিক

বাণিজ্যক বাহন চলাচলক কেন্দ্ৰ কৰি কাছাৰৰ লক্ষীপুৰ গাঁৱত দুই পক্ষৰ মাজত তুমুল মাৰপিটৰ ঘটনা…..

বাণিজ্যক বাহন চলাচলক কেন্দ্ৰ কৰি কাছাৰৰ কালাইন লক্ষীপুৰ গাঁৱত দুই পক্ষৰ মাজত তুমুল মাৰপিটৰ ঘটনা ৷

ইছলাম উদ্দিন নামৰ এজন লোকে গাঁৱলীয়া পথেৰে বাণিজ্যিক বাহন দ্ৰুতগতিত চলোৱাত ৰেশম উদ্দিন নামৰ এজনে বাধা দিয়াক কেন্দ্ৰ কৰি তুমুল সংঘৰ্ষ।

প্ৰথমে আৰম্ভ হোৱা তৰ্কাতৰ্কিয়ে পিছত ধাৰণ কৰে ৰণচণ্ডী ৰূপ।

ক্ষুব্ধ ইছলাম উদ্দিনৰ পৰিয়ালে ভাঙি চূৰমাৰ কৰে ৰেশম উদ্দিনৰ বাসগৃহ।

এই ঘটনাত আহত ৰেশম উদ্দিনৰ পৰিয়াল ৯জনকৈ লোক।

পিছত স্থানীয় ৰাইজৰ সহযোগত নিয়ন্ত্ৰণলৈ আহে পৰিস্থিতি।

দুৰ্ঘটনাত আহত আটাইকে চিকিৎসালয়ত ভৰ্তি।

ঘটনা সন্দৰ্ভত থানাত গোচৰ ৰুজু ৰেশম উদ্দিনৰ পৰিয়ালৰ।

 

 

 

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

11 + sixteen =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.