nationalআন্তঃৰাষ্ট্ৰীয়ভাৰত

ঐতিহাসিক ক্ষণলৈ অপেক্ষা দেশবাসীৰ, ২২ জানুৱাৰীলৈ অধীৰ অপেক্ষাত দেশবাসী…..

ঐতিহাসিক ক্ষণলৈ অপেক্ষা দেশবাসীৰ, ২২ জানুৱাৰীলৈ অধীৰ অপেক্ষাত দেশবাসী.....

ঐতিহাসিক ক্ষণলৈ অপেক্ষা দেশবাসীৰ। ২২ জানুৱাৰীত অযোধ্যাৰ নৱনিৰ্মিত ৰাম মন্দিৰ মুকলি কৰিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। প্ৰতিষ্ঠা কৰিব ৰামলালাৰ প্ৰাণ। অযোধ্যাৰ লগতে ৰামময় হৈ পৰিছে সমগ্ৰ দেশ। পূণ্যভূমি অযোধ্যাত এতিয়া ব্যস্ত সকলো। অযোধ্যা ভিৰ বাঢ়িছে দেশৰ ভিন্ন প্ৰান্তৰ ভক্তৰ।

১৭ জানুৱাৰীত মংগল কলহত পবিত্ৰ সৰযু নদীৰ পানী ৰামলালাৰ মূৰ্তিৰ শোভাযাত্ৰাৰ পিছতে ১৮ জানুৱাৰী অৰ্থাৎ আজি অযোধ্যাত হ’ব অম্বিকা পূজা, বৰুণ পূজা, মত্ৰিকা পূজা, ব্ৰাহ্মণ পূজা, বাস্তু পূজাৰ অনুষ্ঠান। ২২ জানুৱাৰীলৈ অধীৰ অপেক্ষাত দেশবাসী।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

14 − 10 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.