খেলভাৰত

টেষ্ট দলৰ অধিনায়কত্ব এৰিলে বিৰাট কোহলীয়ে

ছ'চিয়েল মিডিয়াত এটা পোষ্ট যোগে বিৰাটে অধিনায়কত্ব ত্যাগ কৰাৰ ইংগিত দিয়ে তাৰ অলপ সময়ৰ পাছতে বিচিচিআয়ে বিৰাট কোহলিয়ে অধিনায়কত্ব ত্যাগ কৰাটো নিশ্চিত কৰে৷

টি-২০ এদিনীয়াৰ ক্ৰিকেটৰ পিছত ভাৰতৰ টেষ্ট দলৰ অধিনায়কত্বৰ পৰাও পদত্যাগ কৰিছে বিৰাট কোহলীয়ে৷

দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে শৃংখলাটো ২-১ গ’লত পৰাজিত হোৱাৰ পিছত ছ’চিয়েল মিডিয়াত এটা পোষ্ট যোগে বিৰাটে অধিনায়কত্ব ত্যাগ কৰাৰ ইংগিত দিয়ে তাৰ অলপ সময়ৰ পাছতে বিচিচিআয়ে বিৰাট কোহলিয়ে অধিনায়কত্ব ত্যাগ কৰাটো নিশ্চিত কৰে৷

https://twitter.com/imVkohli/status/1482340422987169794?s=20

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

sixteen − eight =

Back to top button