অসমঅসম আৰক্ষীআঞ্চলিকগুৱাহাটীদুৰ্ঘটনা

উত্তৰ গুৱাহাটীত শোকাৱহ পথ দুৰ্ঘটনা; দুৰ্ঘটনাত থিতাতে নিহত এজন

নিহত লোকজন ওদালগুৰিৰ হৰিশিঙাৰ ৰবীন দাস

◼️ উত্তৰ গুৱাহাটীৰ জয়গুৰুত শোকাৱহ পথ দুৰ্ঘটনা

◼️ নিয়ন্ত্ৰণ হেৰুৱাই ট্ৰাকে মহটিয়ালে টেম্প’ক

◼️দুৰ্ঘটনাত থিতাতে নিহত এজন

◼️নিহত লোকজন ওদালগুৰিৰ হৰিশিঙাৰ ৰবীন দাস

◼️নিহত ৰবীন দাস শুৱালকুছিত তাঁতশালৰ শিপিনী আছিন

◼️দুৰ্ঘটনাগ্ৰস্ত টেম্প’খনৰ নম্বৰ AS-01GC-6572

◼️ট্ৰাকখনৰ নম্বৰ AS-01FC-2507

◼️গুৰুতৰভাৱে আহত দাসৰ পত্নী, কন্যাক চিকিৎসালয়ত ভৰ্তি

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

17 + sixteen =

Back to top button