leatest updatenationalPMo indiaSocialSocial Network

উত্তৰ কাশীৰ পৰা আহিছে ভাল খবৰ; ৫ৰ পৰা ৬ মিটাৰ খান্দিলে উদ্ধাৰৰ পথ মুকলিৰ আশা

নিশাৰ ভিতৰতে ৫০ মিটাৰলৈ সম্পন্ন হৰাইজেণ্টেল ড্ৰিলিং

উত্তৰ কাশীৰ পৰা আহিছে ভাল খবৰ
সোমবাৰৰ পৰা আৰম্ভ মেনুৱেল হৰাইজেণ্টেল ড্ৰিলিং
সুকলমে পাৰ হ’ল সোমবাৰৰ নিশাৰ খনন অভিযান
নিশাৰ ভিতৰতে ৫০ মিটাৰলৈ সম্পন্ন হৰাইজেণ্টেল ড্ৰিলিং
আৰু ৫ৰ পৰা ৬ মিটাৰ খান্দিলে উদ্ধাৰৰ পথ মুকলিৰ আশা
জনালে সুৰংগ বিশেষজ্ঞ ক্ৰিছ কুপাৰে
১৭ দিনে আবদ্ধ ৪১গৰাকী শ্ৰমিক
৪১ শ্ৰমিকৰ ভিতৰত আছে অসমৰ দুই শ্ৰমিক
আবদ্ধ চেৰফাংগুৰীৰ সঞ্জয় বসুমতাৰী, ৰামপ্ৰসাদ নাৰ্জাৰী

ইফালে সোমৱাৰৰ দিনটোত অঞ্চলটোত ধাৰাসাৰ বৰষুণ অহাৰ সম্ভাৱনাই চিন্তিত কৰি তুলিছিল অভিযানকাৰী দলক। কিন্তু সোমবাৰৰ নিশা খননৰ পিছত আকৌ বৃদ্ধি পাইছে আশা।

Pratham Khabar News

প্ৰথম খবৰ 24/7 হৈছে অসমীয়া ছেটেলাইট নিউজ চেনেল 'নিউজ টাইম অসম'ৰ ৱেব চাইট। যি আপোনাক স্থানীয় আৰু লগতে দেশ-বিদেশৰ শেহতীয়া খবৰ দি থাকে।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

nineteen + 10 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.