আমেৰিকা

কিনিছিল বিয়াৰ সাজ! বিয়াৰ পূৰ্বেই ৰহস্যজনক মৃত্যু যুৱতীগৰাকীৰ…

নিচাযুক্ত দ্ৰব্য ড্ৰাগছ সেৱন কৰি মৃত্যু হয় মডেলগৰাকীৰ

কিনিছিল বিয়াৰ সাজ! কিন্তু মডেলগৰাকীয়ে নাথাকিল বিয়াত সাজ পিন্ধিবলৈ

 

এগৰাকী জনপ্ৰিয় মডেল! মডেল যুৱতীগৰাকীৰ বিয়া আছিল কিছুদিনৰ পিছত৷ ইতিমধ্যেই আঙঠি পিন্ধোৱা কাৰ্য সম্পন্ন হৈছিল মডেলগৰাকীৰ৷ সেয়েহে নিজৰ মতে আটাইতকৈ ভাল লগা আৰু ধুনীয়া বিয়াৰ সাজ ক্ৰয় কৰিছিল মডেলগৰাকীয়ে৷ কিন্তু বিয়াত সেই সাজ পিন্ধিবলৈ নাথাকিল মডেলগৰাকী৷

নিচাযুক্ত দ্ৰব্য ড্ৰাগছ সেৱন কৰি মৃত্যু হয় মডেলগৰাকীৰ৷ মডেলগৰাকীৰ ঘৰ আমেৰিকাৰ লছ এঞ্জেলছত৷ তথ্য অনুসৰি মডেলগৰাকীয়ে পূৰ্বৰে পৰা লৈ আহিছিল ড্ৰাগছজাতীয় দ্ৰব্য৷ ড্ৰাগছ অভাৰড’জ হৈয়ে মৃত্যু হয় মডেলগৰাকীৰ৷ মডেলগৰাকীৰ মৃত্যুত দুখত ভাগি পৰিছে তেওঁৰ পৰিয়ালৰ লোক৷

বিশেষকৈ বিয়াত হেঁপাহেৰে পিন্ধিবলৈ অনা সাজজোৰ পিন্ধিবলৈ নোপোৱাত পৰিয়ালৰ লোকে সাজজোৰ মৃতদেহটোৰ লগতে কবৰ দিয়ে৷

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

three × 5 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.