Assamassam policeCity newsঅসমগুৱাহাটীদুৰ্ঘটনাদৈনিক বাতৰিভাৰত

কাছাৰৰ বড়খলাত ভয়াৱহ অগ্নিকাণ্ড, বিস্কুটভৰ্তি ট্ৰাকত সংঘটিত অগ্নিকাণ্ড…..

কাছাৰৰ বড়খলাত ভয়াৱহ অগ্নিকাণ্ড

বিস্কুটভৰ্তি ট্ৰাকত সংঘটিত অগ্নিকাণ্ড

পথৰ দাঁতিত দাউ দাউকৈ জ্বলি উঠিল ট্ৰাক

বড়খলাৰ আদাৰকুছিত সংঘটিত এই ঘটনা

অগ্নি নিৰ্বাপকৰ প্ৰচেষ্টাত নিয়ন্ত্ৰিত জুই

গুৱাহাটীৰ পৰা শিলচৰ অভিমুখী আছিল বাহনখন

দুৰ্ঘটনাগ্ৰস্ত ট্ৰাকখন বাগৰি পৰিছিল পথৰ দাঁতিত

ঘটনাৰ পিছতে পলায়ন চালক, সহচালকৰ

নিশা হঠাতে জুইৰ সূত্ৰপাত দুৰ্ঘটনাগ্ৰস্ত ট্ৰাকখনত

 

 

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

5 × 5 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.