AssamCity newsInternationalInternationalleatest updatepoliticalঅসমআমেৰিকাগুৱাহাটীদৈনিক বাতৰিবিশ্বৰাজনৈতিক

আমেৰিকাৰ প্ৰাক্তন ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পলৈ গুলীচালনা, গুলীচালনা কৰা দুস্কৃতিকাৰীক চিনাক্ত FBIৰ….

আমেৰিকাৰ প্ৰাক্তন ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পলৈ গুলীচালনা
দুৰ্বৃত্তৰ গুলীত আঘাতপ্ৰাপ্ত প্ৰাক্তন ৰাষ্ট্ৰপতি গৰাকী
সোঁ কাণত গুলী লাগি গুলীবিদ্ধ প্ৰাক্তন ৰাষ্ট্ৰপতি গৰাকী
এখন নিৰ্বাচনী ৰেলীত ভাষণ দি থাকোতে দুৰ্বৃত্তৰ গুলীচালনা
পেন্সিলভেনিয়াৰ বাটলাৰ জিলাত এখন নিৰ্বাচনী সভাত এই ঘটনা
ঘটনাস্থলীতে নিৰাপত্তাৰক্ষীয়ে গুলিয়াই হত্যা কৰে দুৰ্বৃত্তক
এই ঘটনাত নিহত এজন সাধাৰণ নাগৰিক, আহত এজন
আক্ৰমণৰ ঘটনাৰ তদন্তৰ বাবে গঠন কৰা হৈছে কমিটি
ঘটনাক তীব্ৰ গৰিহণা প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীৰ
সামাজিক মাধ্যম যোগে ঘটনাৰ প্ৰতিক্ৰিয়া জ’ বাইডেনৰ

 

 

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

one × four =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.