অসম

জনস্বাৰ্থৰ খাতিৰত পুনৰ তিনি মাহলৈ অস্ত্ৰ বিৰতিৰ ঘোষণা আলফা(স্বাঃ)ৰ

এক প্ৰেছ বিবৃতিযোগে আলফা(স্বাঃ)য়ে ঘোষণা কৰিলে অস্ত্ৰ বিৰতিৰ কথা।

অসমবাসীলৈ সংযুক্ত মুক্তি বাহিনী, অসম(স্বাধীন)ৰ বিশেষ ঘোষণা। এক প্ৰেছ বিবৃতিযোগে আলফা(স্বাঃ)য়ে ঘোষণা কৰিলে অস্ত্ৰ বিৰতিৰ কথা।

উল্লেখ্য যে, ১৪ মে’, ২০২১ তাৰিখৰ পৰা বাহাল ৰখা একপক্ষ অস্ত্ৰ বিৰতিৰ ম্যাদ অসমৰ জনস্বাৰ্থৰ খাতিৰত আজিৰ পৰা বলবৎ হোৱাকৈ পুনৰ আগন্তুক তিনি মাহলৈ বৃদ্ধি কৰা হৈছে।  উক্ত সময়ছোৱাত সংগঠনটোৱে সকলো ধৰণৰ সামৰিক কাৰ্য্যকলাপৰ পৰা বিৰত থকাৰ কথা ঘোষণা কৰে।

দেওবাৰে, সংযুক্ত মুক্তি বাহিনী, অসম(স্বাধীন)য়ে এক বিবৃতিযোগে ঘোষণা কৰে এই কথা।

Pratham Khabar News

প্ৰথম খবৰ 24/7 হৈছে অসমীয়া ছেটেলাইট নিউজ চেনেল 'নিউজ টাইম অসম'ৰ ৱেব চাইট। যি আপোনাক স্থানীয় আৰু লগতে দেশ-বিদেশৰ শেহতীয়া খবৰ দি থাকে।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

8 + 11 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.