আন্তঃৰাষ্ট্ৰীয়ভাৰত

ইউক্ৰেইনত থকা ভাৰতীয় সকলক আতংকিত নহ’বলৈ আহ্বান কেন্দ্ৰ চৰকাৰৰ!

আজি কেন্দ্ৰীয় চৰকাৰে ইউক্ৰেইনত থকা ভাৰতীয় লোকসকলৰ বাবে নতুন নিৰ্দেশনা জাৰি কৰিছে

ৰাছিয়াই আজি পুৱাৰ পৰা ইউক্ৰেইনত সামৰিক অভিযান আৰম্ভ কৰাৰ পিছতে সমগ্ৰ বিশ্বতে এক হাহাকাৰময় পৰিস্থিতিৰ সৃষ্টি হৈছে।

ভাৰত চৰকাৰেও বিষয়টোৰ ওপৰত চোকা নজৰ ৰাখিছে। ইয়াৰ মাজতে আজি কেন্দ্ৰীয় চৰকাৰে ইউক্ৰেইনত থকা ভাৰতীয় লোকসকলৰ বাবে নতুন নিৰ্দেশনা জাৰি কৰিছে।

এই নিৰ্দেশনাত কোৱা হৈছে যে ইউক্ৰেইনৰ সাম্প্ৰতিক পৰিস্থিতি অতিশয় অনিশ্চিত হৈ পৰিছে, সকলোৱে শান্ত হৈ থকা উচিত আৰু যিয়ে য’ত আছে, ঘৰ, হোষ্টেল, ট্ৰানজিট, বা অন্য বাসস্থানত সেই ঠাইতে নিৰাপদজনকভাৱে থকা উচিত।

Pratham Khabar News

প্ৰথম খবৰ 24/7 হৈছে অসমীয়া ছেটেলাইট নিউজ চেনেল 'নিউজ টাইম অসম'ৰ ৱেব চাইট। যি আপোনাক স্থানীয় আৰু লগতে দেশ-বিদেশৰ শেহতীয়া খবৰ দি থাকে।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

2 × 3 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.