খাদ্যভাৰতমনোৰঞ্জন

আপুনি ৰসগোল্লা খায় ভাল পায়নে? তেন্তে আপুনি নিশ্চই জানিব ৰসগোল্লাৰ ইংৰাজী নাম! লগতে জানি লওঁক ৰসগোল্লাৰ বিষয়ে এইকেইটা কথা…

আপুনি কেতিয়াবা ৰসগোল্লাৰ ইংৰাজী নামৰ বিষয়ে ভাবিছেনে? এই মিঠাইটো ইমান জনপ্ৰিয় যে ভাৰতত আৰু ভাৰতৰ বাহিৰত, যিসকলে এই মিঠাই খায় তেওঁলোকে ইয়াক ৰসগোল্লা (Rasgulla) বুলি জানে। কিন্তু ইংৰাজী অভিধানত ইয়াৰ এটা বেলেগ নাম আছে যিটো এতিয়া খুব কম ব্যৱহাৰ কৰা হয়।

আপুনি ৰসগোল্লা খায় ভাল পায়নে? ৯৯ শতাংশ লোকেই ভাল পাই এইবিধ মিঠাই। বৰ্তমান কিছুমান লোক স্বাস্থ্য সচেতন হৈ পৰিছে আৰু শেহতীয়াকৈ মিঠাই খোৱাটো বহু পৰিমাণে হ্ৰাস কৰিছে। কিন্তু ৰসগোল্লাৰ মোহ এৰিব পৰা লোক চাগৈ কমে ওলাব।

মিঠাইৰ দোকানলৈ গ’লে প্ৰথমে লক্ষ্য কৰা মিঠাইবিধে হ’ল ৰসগোল্লা। মিঠাইৰ দোকানতো আন মিঠাই থাকক-নাথাকক, ৰসগোল্লা থাকিবই।

এই ৰসগোল্লাক নিজৰ কৰি তুলিবলৈ পশ্চিম বংগ আৰু উৰিষ্যা দুয়োখন ৰাজ্যৰ মাজত যথেষ্ট যুঁজ হৈছিল৷ শেষত পশ্চিমবংগই ৰসগোল্লাক লৈ হোৱা এই আইনী যুঁজত জয়ী হয় আৰু ৰাজ্যখনে ভৌগোলিক ইংগিত বা জিআই টেগ পায়৷

কিন্তু আপুনি কেতিয়াবা ৰসগোল্লাৰ ইংৰাজী নামৰ বিষয়ে ভাবিছেনে? এই মিঠাইটো ইমান জনপ্ৰিয় যে ভাৰতত আৰু ভাৰতৰ বাহিৰত, যিসকলে এই মিঠাই খায় তেওঁলোকে ইয়াক ৰসগোল্লা (Rasgulla) বুলি জানে। কিন্তু ইংৰাজী অভিধানত ইয়াৰ এটা বেলেগ নাম আছে যিটো এতিয়া খুব কম ব্যৱহাৰ কৰা হয়।

এই মিঠাইবিধ ইমান জনপ্ৰিয় যে ভাৰতত আৰু ভাৰতৰ বাহিৰত, যিসকলে এই মিঠাই খায় তেওঁলোকে ইয়াক ৰসগোল্লা বুলি জানে। কিন্তু ইংৰাজী অভিধানত ইয়াৰ এটা বেলেগ নাম আছে যিটো এতিয়া খুব কমহে ব্যৱহাৰ কৰা হয়।

কিন্তু আপুনি জানেনে ৰসগোল্লাৰ ইংৰাজীত কি নামেৰে জনা যায়?

যদিও গুগলত ৰসগোল্লা আছে, ইয়াৰ এটা পৃথক ইংৰাজী নামো আছে, যিটো এতিয়া প্ৰায় ব্যৱহাৰ কৰা নহয়। আপুনি জানি আচৰিত হ’ব ৰসগোল্লাক ইংৰাজী নাম। ৰসগোল্লাক ইংৰাজীত কোৱা হয় ‘চিৰাপ ফিল্ড ৰোল’ (Syrup Filled Roll) বুলি।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

18 − two =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.