AssamCity newsnationalpoliticalঅসমগুৱাহাটীদৈনিক বাতৰিভাৰতৰাজনৈতিক

বিৰোধী মহাজোঁটক সম্পূৰ্ণৰূপে নস্যাৎ কৰি আগন্তুক লোকসভা নিৰ্বাচনৰ বাবে পশ্চিমবংগত প্ৰাৰ্থী ঘোষণা তৃণমূল কংগ্ৰেছৰ

বিৰোধী মহাজোঁটক সম্পূৰ্ণৰূপে নস্যাৎ কৰি আগন্তুক লোকসভা নিৰ্বাচনৰ বাবে পশ্চিমবংগত প্ৰাৰ্থী ঘোষণা কৰে মমতা বেনাৰ্জীৰ তৃণমূল কংগ্ৰেছে। ৰাজ্যখনৰ ৪২টা সংসদীয় সমষ্টিৰ বাবেই প্ৰাৰ্থী ঘোষণা কৰিছে TMCএ। কৃষ্ণ নগৰত মহুৱা মৈত্ৰীক, ডায়মণ্ড হাৰ্বাৰত অভিষেক বেনাৰ্জীক আৰু আঞ্চলত প্ৰাৰ্থিত্ব দিয়া হৈছে শত্ৰুঘ্ন সিনহাক। ক্ৰিকেটাৰ ইউছুফ পাঠান আৰু অভিনেত্ৰী শতাব্দী ৰয়েও লাভ কৰিছে প্ৰাৰ্থিত্ব। ২০১৯ চনৰ লোকসভা নিৰ্বাচনত TMCএ লাভ কৰিছিল ২২খন আসন।

 

 

 

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

1 × 4 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.