AssamCity newsnationalpoliticalঅসমগুৱাহাটীদৈনিক বাতৰিবিশ্বভাৰতৰাজনৈতিক

প্ৰতিৰক্ষা ক্ষেত্ৰত ভাৰতৰ বৃহৎ সাফল্য, ৫ হাজাৰ কি.মি. মাৰক দূৰত্বৰ অগ্নি-5ৰ সফল পৰীক্ষণ…..

প্ৰতিৰক্ষা ক্ষেত্ৰত ভাৰতৰ বৃহৎ সাফল্য

৫ হাজাৰ কি.মি. মাৰক দূৰত্বৰ অগ্নি-5ৰ সফল পৰীক্ষণ

চীন, ইউৰোপ, দক্ষিণ আফ্ৰিকাক সামৰি ল’ব অগ্নি-5এ

ভূ-ভাগৰ পৰা ভূ-ভাগলৈ লক্ষ্য নিৰূপণ কৰিব অগ্নি-5এ

একেৰাহে কেইবাটাও লক্ষ্যত আঘাত হানিব পাৰে অগ্নি-5 মিছাইলে

অগ্নি-5 মিছাইলত সংলগ্ন কৰিব পৰা যাব পাৰমাণৱিক বোমা

২৯,৪০১ কি.মি. প্ৰতিঘণ্টাত গতিবেগ ল’ব অগ্নি-5এ

অগ্নি-5ৰ সফল পৰীক্ষণক লৈ উৎফুল্লিত প্ৰধানমন্ত্ৰী মোদী

প্ৰতিৰক্ষা গৱেষণা সংস্থা DRDOই প্ৰস্তুত কৰিছিল অগ্নি-5

DRDOক ধন্যবাদ জ্ঞাপন প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ

 

 

 

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

4 × one =

Back to top button