অসমভ্ৰমণ

বৃষ্টিপাতৰ ফলত উত্তৰ-পূৱৰ কেইবা ঠাইত ব্যাহত ৰে’ল সেৱা

লামডিঙৰ পৰা বদৰপুৰৰ বিভিন্ন স্থানত ভয়ংকৰ ভূমিস্খলন

বৃষ্টিপাতৰ ফলত উত্তৰ-পূৱৰ কেইবা ঠাইত ব্যাহত ৰে’ল সেৱা

লামডিঙৰ পৰা বদৰপুৰৰ বিভিন্ন স্থানত ভয়ংকৰ ভূমিস্খলন

ভূমিস্খলনৰ ফলত ২৬ টাকৈ স্থানত বিস্তৰ ক্ষতিসাধন

সম্পূৰ্ণৰূপে খহি গৈছে ৰে’ল লাইনৰ তলৰ ভূমি

দুখনকৈ ৰে’ল ক্ষতিগ্ৰস্ত এলেকাত আৱদ্ধ হৈ পৰিছে

ডিটকচেৰা আৰু নিউ হাফলঙত আৱদ্ধ দুখন ৰে’ল

আৱদ্ধ গুৱাহাটী-শিলচৰ পেচেঞ্জাৰ আৰু শিলচৰ-গুৱাহাটী পেচেঞ্জাৰ

NFRৰ উদ্যোগত ইতিমধ্যে আৰম্ভ আৱদ্ধ যাত্ৰীৰ উদ্ধাৰ অভিযান

বায়ু সেনাৰ সহযোগত চলিছে উদ্ধাৰ অভিযান

নিউ হাফলঙত আৱদ্ধ যাত্ৰীৰ বাবে এখন বিশেষ ৰে’লৰ ব্যৱস্থা

১৭খনকৈ ৰে’ল বাতিল কৰিছে উত্তৰ-পূৱ সীমান্ত ৰে’লৱে কৰ্তৃপক্ষই

এই কথা জনালে উত্তৰ-পূৱ সীমান্ত ৰে’লৱেৰ মুখ্য জনসম্পৰ্কৰক্ষী বিষয়া সব্যসাচী দে’ই।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

four − one =

Back to top button