অসমগুৱাহাটীদৈনিক বাতৰিভাৰতৰাজনৈতিক

সংসদৰ বিশেষ অধিৱেশনৰ আজি তৃতীয় দিন, মহিলা সংৰক্ষণ বিধেয়কক লৈ লোকসভাত বিতৰ্ক

সংসদৰ বিশেষ অধিৱেশনৰ আজি তৃতীয় দিন

মহিলা সংৰক্ষণ বিধেয়কক লৈ লোকসভাত বিতৰ্ক

ছোনিয়া গান্ধীৰ নেতৃত্বত বিতৰ্কত অংশ লয় বিৰোধীয়ে

বিতৰ্কৰ পিছতে লোকসভাই অনুমোদন জনোৱাৰ সম্ভাৱনা

মঙলবাৰে লোকসভাত উত্থাপন হৈছিল বিধেয়কখন

আজি ৰাজ্যসভাতো বিধেয়কখন উত্থাপন কৰাৰ সম্ভাৱনা

নিৰ্বাচনত ৩৩% আসন মহিলাৰ বাবে সংৰক্ষণৰ প্ৰস্তাৱ বিধেয়কত

লোকসভাত বিধেয়ক দাখিলৰ পিছতে দেশজুৰি প্ৰতিক্ৰিয়া

কেইবাখনো ৰাজ্যত মহিলাৰ আনন্দ-উল্লাস

কেন্দ্ৰৰ পদক্ষেপক আদৰণি মহিলা সমাজৰ

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

15 − 5 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.