অসমগুৱাহাটীচিকিৎসাদৈনিক বাতৰিভাৰত

দেশৰ ভিতৰতে উত্তৰ-পূৰ্বাঞ্চলত নিতৌ বৃদ্ধি পাইছে কৰ্কটৰোগীৰ সংখ্যা

দেশৰ ভিতৰতে উত্তৰ-পূৰ্বাঞ্চলত নিতৌ বৃদ্ধি পাইছে কৰ্কটৰোগীৰ সংখ্যা।

কৰ্কটৰোগীৰ সংখ্যাৰে দেশৰ ভিতৰতে এক নম্বৰ স্থানত উত্তৰ-পূৰ্বাঞ্চল।

এই তথ্য সদৰী কৰে এইমছ গুৱাহাটীৰ সঞ্চালক ডাঃ অশোক পৌৰাণিকে।

এইমছৰ গুৱাহাটী প্ৰাংগণত অনুষ্ঠিত কৰ্কট ৰোগৰ এক সজাগতা কাৰ্যসূচীত এই মন্তব্য চিকিৎসকগৰাকীৰ।

এই অনুষ্ঠানত বিশেষকৈ ২৫ উৰ্ধৰ মহিলাৰ স্তন কেন্সাৰ, জৰায়ু কেন্সাৰ, ENT কেন্সাৰৰ প্ৰাথমিক চিনাক্তকৰণ বাবে অভিজ্ঞ চিকিৎসকৰ দ্বাৰা পৰীক্ষা সম্পন্ন কৰা হয়।

কৃত্ৰিম বুদ্ধিমত্তাৰ বিশেষ সজুঁলিৰ সহায়ত সম্পন্ন কৰা হয় পৰীক্ষা।

দুদিনীয়া কাৰ্যসূচীৰ দ্বিতীয় দিনা বেজেৰা সামূহিক স্বাস্থ্য কেন্দ্ৰত অনুষ্ঠিত কৰা হ’ব সজাগতা কাৰ্যসূচী।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

20 + 7 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.