অপৰাধঅসমঅসম আৰক্ষীগুৱাহাটীদৈনিক বাতৰিভাৰত

মুখত ক’লা কাপোৰ বান্ধি হাতত মাৰণাস্ত্ৰ লৈ ডিব্ৰুগড়ৰ টেলেকা চিৰিং গাঁৱৰ ডিলাৰত চোৰৰ লুটপাত

ডিব্ৰুগড়ৰ টেলেকা চিৰিং গাঁৱৰ ডিলাৰত চোৰৰ লুটপাত

মুখত ক’লা কাপোৰ বান্ধি হাতত মাৰণাস্ত্ৰ লৈ লুটপাত

একেনিশাই ৪টা ডিলাৰত সংঘটিত চুৰিকাণ্ড

চাটাৰ ভাঙি ডিলাৰত প্ৰৱেশ ৩জনীয়া চোৰৰ দলৰ

ডিলাৰৰ বহু সামগ্ৰী লৈ উধাও চোৰৰ দলটো

CCTVত বন্দী চুৰি ঘটনাৰ সমগ্ৰ দৃশ্য

চুৰিকাণ্ড সংঘটিত হোৱা ডিলাৰকেইখনৰ নাম RD অট’মবাইল, মহেন্দ্ৰ, কিয়া আৰু টাটা মটৰ্ছ

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

4 × 3 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.