অসমগুৱাহাটীদৈনিক বাতৰিভাৰত

গুৱাহাটীৰ ট্ৰেফিক ছিগনেল লাইটক লৈ অসন্তুষ্ট উচ্চ ন্যায়ালয়

গুৱাহাটীৰ ট্ৰেফিক ছিগনেল লাইটক লৈ অসন্তুষ্ট উচ্চ ন্যায়ালয়

অসন্তুষ্টি প্ৰকাশ মুখ্য ন্যায়াধীশ সন্দীপ মেহতাৰ

যান-জঁট নিয়ন্ত্ৰণ কৰিব পাৰিছেনে বুলি প্ৰশ্ন

বহুক্ষেত্ৰত যান-বাহনৰ সুচলতাত ব্যাঘাত জন্মাইছে বুলি মন্তব্য

ছিগনেল লাইটৰ নিৰ্ধাৰিত সময় সলনি বুলি স্পষ্টীকৰণ মহাধিবক্তাৰ

উচ্চ ন্যায়ালয়ক ছিগনেল লাইট সন্দৰ্ভত স্থিতি জনালে মহাধিবক্তাই

মহানগৰীৰ চিটী বাছ ট্ৰেক কৰাৰ বাবে GPS সংস্থাপন কৰিছে চৰকাৰে

জুন মাহৰ ভিতৰত GPS সংস্থাপন হোৱাৰ কথা আছিল যদিও বিলম্ব

কাৰিকৰী কাৰণত বিলম্ব ঘটা বুলি ন্যায়ালয়ক জনালে মহাধিবক্তাই

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

16 − 10 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.