অসমঅসম আৰক্ষীচাকৰি

ৰাজ্যৰ প্ৰশাসনিক পৰ্যায়ত ব্যাপক সালসলনি। ঠিকনা সলনি হ’ল ৪৩জন ASPৰ

অসম আৰক্ষীত ব্যাপক সালসলনি

ৰাজ্যৰ প্ৰশাসনিক পৰ্যায়ত ব্যাপক সালসলনি। অসম চৰকাৰৰ গৃহ বিভাগে জাৰি কৰা তথ্য অনুসৰি ৪৩জন ASPক সলনি কৰা হৈছে।

ওদালগুৰিৰ ASP বিদ্যুৎ দাস বড়োক হাইলাকান্দিলৈ বদলি
তিনিচুকীয়াৰ ASP ৰিপুঞ্জয় কাকতিক CIDৰ ASPৰ দায়িত্ব
ADCP পল্লৱ তামুলীক হোজাইৰ ASPৰ দায়িত্ব
ডিব্ৰুগড়ৰ DSP ঐশ্বৰ্য জীৱন বৰুৱাক পদোন্নতিসহ ওদালগুৰিৰ ASPৰ দায়িত্ব
কাছাৰৰ DSP কল্যাণ কুমাৰ দাসক পদোন্নতিসহ কাছাৰৰ ASPৰ দায়িত্ব
9th APBn.ৰ সহঃ অধিনায়ক ছাজাহান সৰকাৰক পদোন্নতি
ছাজাহান সৰকাৰক যোৰহাটৰ ASPৰ দায়িত্ব অৰ্পণ
4th APBn.ৰ সহঃ অধিনায়ক ফাৰুক আহমেদক পদোন্নতি
ফাৰুক আহমেদক দক্ষিণ শালমাৰাৰ ASPৰ দায়িত্ব অৰ্পণ
ভেৰগাঁৱৰ SDPO জ্যোতিপ্ৰসাদ পেগুক পদোন্নতি
জ্যোতিপ্ৰসাদ পেগুক ওদালগুৰিৰ ASPৰ দায়িত্ব অৰ্পণ
মুখ্যমন্ত্ৰীৰ নিৰাপত্তাত থকা DSP ঋতুৰাজ দলেক পদোন্নতি
ঋতুৰাজ দলেক গোৱালপাৰাৰ ASPৰ দায়িত্ব অৰ্পণ
কামৰূপৰ DSP কল্যাণ কুমাৰ পাঠকক পদোন্নতি
কল্যাণ কুমাৰ পাঠকক গুৱাহাটীৰ ADCPৰ দায়িত্ব
গোসাঁইগাঁৱৰ SDPO নৱনীতা শৰ্মাক পদোন্নতি
নৱনীতা শৰ্মাক কোকৰাঝাৰৰ ASPৰ দায়িত্ব
তিতাবৰৰ SDPO মৈত্ৰেয়ী ডেকাক পদোন্নতি

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

5 × three =

Back to top button