অসমআঞ্চলিক

‘আমি এতিয়া Operation Start কৰিম আৰু অসম-বংগৰ বিভিন্ন ঠাইত নিৰীহ লোকক গুলিয়াই দিম।’

GCLO ৰ কথা চৰকাৰে মানি নললে অসম -বঙ্গ ৰক্তাক্ত কৰাৰ হুমকি ৰাজু কোচ ওৰফে বিজয় বৰ্মনৰ।

ৰক্তাক্ত হ’ব নেকি অসম তথা পশ্চিমবংগ! GCLO ৰ কথা চৰকাৰে মানি নললে অসম -বঙ্গ ৰক্তাক্ত কৰাৰ হুমকি ৰাজু কোচ ওৰফে বিজয় বৰ্মনৰ। সংবাদ মাধ্যমলৈ ভিডিঅ’ প্ৰেৰণ কৰি এই কথা উল্লেখ কৰে ৰাজু কোচে। ভিডিঅ’ত Bomb Blast কৰাৰ কথা স্পষ্টকৈ উল্লেখ কৰে ৰাজু কোচ ওৰফে বিজয় বৰ্মনে।

তেওঁ কয়- ‘আমি এতিয়া Bomb Blast start কৰি দিম। আমি এতিয়া Operation Start কৰিম আৰু অসম-বংগৰ বিভিন্ন ঠাইত নিৰিহ মানুহক গুলিয়াই দিম। কাৰণ চৰকাৰে আমাৰ দীৰ্ঘ দিনীয়া আন্দোলনৰ ওপৰত গুৰুত্ব দিয়া নাই। সেইকাৰণে আমি এই কাম কৰিম।’

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

15 + 6 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.