leatest updatenational

তামিলনাডুত বিষাক্ত সুৰাপান কৰি মৃত্য়ু ৫৩ জন।

২০ জুনত একেলগে সৎকাৰ কৰা হয় ২৪ জন লোকৰ মৃতদেহ

তামিলনাডুত বিষাক্ত সুৰাপান কৰি অৰ্ধশতাধিকৰ মৃত্যু

বিষাক্ত সুৰাপান কৰি অসুস্থ হৈ পৰিছিল ১৮৫ জন

১৯ জুনৰ ঘটনাত মৃতকৰ সংখ্যা ৫৩ জনলৈ বৃদ্ধি

প্ৰথম দিনটোতে মৃত্যুমুখত পৰিছিল ৩৪ জন

নিহতসকলৰ ভিতৰত এখন গাঁৱৰে ২৪ জনকৈ লোক

২০ জুনত একেলগে সৎকাৰ কৰা হয় ২৪ জন লোকৰ মৃতদেহ

ৰাষ্ট্ৰীয় মানৱাধিকাৰে আয়োগে ৰাজ্য চৰকাৰক কৰিছে জৱাবদিহি

এই ঘটনাক লৈ ৰাজ্য চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদ AIADMKৰ

ঘটনাৰ তদন্তৰ বাবে CB-CIDক দায়িত্ব মুখ্যমন্ত্ৰী M K ষ্টালিনৰ

২০০৮ চনতো ৰাজ্যখনত বিষাক্ত সুৰা সেৱনৰ বাবে মৃত্যু হৈছিল ১৮০ জনৰ

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

nineteen + thirteen =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.