Socialঅসমখেলগুৱাহাটী

ক্ৰিকেটপ্ৰেমী সকলৰ বাবে সু-খবৰ! এইবাৰ গুৱাহাটী মহানগৰীত হ’ব T-20

বৰ্ষাপাৰা ষ্টেডিয়ামত হ’ব  T-20 মেচ, ২ অক্টোবৰত ভাৰতৰ বিৰুদ্ধে দক্ষিণ আফ্রিকা খেলখনক লৈ তৎপৰ অসম ক্ৰিকেট সন্থা

ৰাজ্যৰ ক্ৰিকেটপ্ৰেমী সকলৰ বাবে সু-খবৰ! এইবাৰ গুৱাহাটী মহানগৰীত হ’ব T-20 মেচ।
বৰ্ষাপাৰা ষ্টেডিয়ামত হ’ব  T-20 মেচ, ২ অক্টোবৰত ভাৰতৰ বিৰুদ্ধে দক্ষিণ আফ্রিকা
খেলখনক লৈ তৎপৰ অসম ক্ৰিকেট সন্থা।

ষ্টেডিয়ামত চলিছে এতিয়া ব্যাপক প্ৰস্তুতি। ষ্টেডিয়ামত ৭০০ বাহন পাৰ্কিং কৰিব পৰাকৈ ব্যৱস্থা। ষ্টেডিয়ামত ৩৯,৫০০ দৰ্শকে খেল উপভোগ কৰিব পাৰিব খেল। খেল খন দৰ্শকে সুন্দৰকৈ উপভোগ কৰিবৰ বাবে এতিয়াৰে পৰা চলিছে প্ৰস্তুতি। এইবাৰ ৭০০ গাড়ী একেলগে ৰখাব পৰাকৈ ব্যৱস্থা গ্ৰহণ কৰা হৈছে।

অসমত এখন আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ খেল অনুষ্ঠিত কৰিবলৈ দিয়াৰ বাবে BCCI ক ধন্যবাদ জনায় অসম ক্ৰিকেট সন্থাই।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

5 × 4 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.