অসমঅসম আৰক্ষীগুৱাহাটীদুৰ্ঘটনাদৈনিক বাতৰিভাৰত

মহানগৰীত বিশেষভাৱে সক্ষম ব্যক্তিক প্ৰৱঞ্চনা, প্ৰৱঞ্চনাৰে চহী লৈ লুটিলে ৫ লাখকৈ টকা

মহানগৰীত বিশেষভাৱে সক্ষম ব্যক্তিক প্ৰৱঞ্চনা ৷

বিগত ৮ বছৰ ধৰি অনিল নগৰত থকা আদেশ মিশ্ৰা নামৰ ব্যৱসায়ীজনৰ দোকানত কাম কৰি আহিছিল লক্ষ্মণ ৰায় নামৰ বিশেষভাৱে সক্ষম ব্যক্তিগৰাকীয়ে ৷

ব্যৱসায়ী আদেশ মিশ্ৰই লক্ষ্মণ ৰায়ক বিকলাংগৰ প্ৰমাণপত্ৰ উলিয়াৰ দিয়াৰ নামত বিচাৰিছিল চহী ৷

কিছু দিন পূৰ্বে নাগৰিক সমবায় নামৰ বেংক প্ৰতিষ্ঠানৰ পৰা লক্ষ্মণ ৰায়ক বেংকৰ ঋণ পৰিশোধ কৰিবলৈ অনুৰোধ জনাই আহিল ফোন কল ৷

ধন লৈ উত্তৰ প্ৰদেশলৈ পলায়ন প্ৰৱঞ্চক আদেশ মিশ্ৰৰ ৷

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

six + eighteen =

Back to top button