অসমগুৱাহাটীদৈনিক বাতৰিপৰিৱেশবতৰভাৰত

জোনাই কবু বনাঞ্চলত বনমাফিয়াৰ দপদপনি, বনাঞ্চলৰ মূল্যবান গছ কাটি এফালৰ পৰা বন ধ্বংস চোৰাংচিকাৰীৰ

জোনাই কবু বনাঞ্চলত বনমাফিয়াৰ দপদপনি।

কবু চাপৰি প্ৰস্তাৱিত সংৰক্ষিত বনাঞ্চলৰ মূল্যবান গছ কাটি এফালৰ পৰা বন ধ্বংস চোৰাংচিকাৰীৰ।

পবা বৰ্ষাৰণ্যৰ কাষতে লাগি থকা নদীদ্বীপ কবু চাপৰিত বন মাফিয়াই ধাৰাবাহিকভাবে চলাই গৈছে বন ধ্বংস যজ্ঞ।

বনাঞ্চলখনত বন বিভাগৰ কৰ্মচাৰী থকাৰ স্বত্তেও এনেদৰে দিনদুপৰতে চোৰাং কাঠ ব্যৱসায়ীয়ে দিনে ৰাতিয়ে মেচিনেৰে বৃহৎ বৃহৎ মূল্যবান গছ কাটি তহিলং কৰিছে।

চকুমুদা কুলিৰ ভাওত  থকা বন বিভাগৰ চৰম হেমাহীৰ বাবে বাৰে বাৰে বনমাফিয়াই সন্ত্ৰাস চলোৱাৰ অভিযোগ ৰাইজৰ।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

5 × two =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.