অসমগুৱাহাটীদৈনিক বাতৰিভাৰতমহাৰাষ্ট্ৰমুম্বাইৰাজনৈতিক

মহাৰাষ্ট্ৰত মাৰাঠা সম্প্ৰদায়ৰ বাবে সংৰক্ষণৰ দাবীত আৰম্ভ হোৱা আন্দোলনৰ ফলত পৰিস্থিতি উত্তপ্ত হৈ পৰিছে…

মহাৰাষ্ট্ৰত মাৰাঠা সম্প্ৰদায়ৰ বাবে সংৰক্ষণৰ দাবীত আৰম্ভ হোৱা আন্দোলনৰ ফলত পৰিস্থিতি উত্তপ্ত হৈ পৰিছে।

বিশেষকৈ বীড জিলাৰ পৰিস্থিতি স্পৰ্শকাতৰ হৈ উঠা পৰিলক্ষিত হৈছে।

বহুকেইজন ৰাজনীতিবিদৰ ঘৰ, চৰকাৰী ভৱন, চৰকাৰী পৰিৱহণ বিভাগৰ বাহন প্ৰতিবাদকাৰীয়ে অগ্নিসংযোগ কৰাৰ ফলত পৰিস্থিতি অধিক অৱনমিত হৈছে।

এনে পৰিপ্ৰেক্ষিততে জিলাখনত সান্ধ্য আইন জাৰি কৰা হৈছে।

এইপৰ্যন্ত NCPৰ দুজন আৰু বিজেপিৰ এজন বিধায়কৰ বাসগৃহ আৰু কাৰ্যালয়ত উত্তেজিত জনতাই অগ্নিসংযোগ কৰিছে।

ইফালে, বিৰোধী দল শিৱসেনাই মাৰাঠা সংৰক্ষণৰ দাবীৰ বিষয়ে আলোচনা কৰিবলৈ সংসদৰ বিশেষ অধিৱেশন দাবী কৰিছে।

 

 

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

17 − twelve =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.